You are on page 1of 5

কাৰক আৰু শ -িবভি (নৱম অধ ায় :: অসমীয়া ভাষাৰ ৰূপত : লীলাৱতী

শইকীয়া বৰা)
xahitya.org/2015/06/01/chap9/

By সািহত ডট June 1,
অগ 2015

৯. কাৰক আৰু শ িবভি


৯.০১ বাক ৰ অ গত িকৰ্য়াপদৰ লগত অন নামপদৰ িয স , সই স েক কাৰক বালা হয়। কাৰেক িকৰ্য়া স াদন
কৰাত সহায় কেৰ। যেন,

ৰজাই তওঁৰ ৰাজ ত ভঁৰালৰপৰা ধন উিলয়াই িনজ হােতেৰ দুখীয়াক িবলাই িদেল।

এই দীঘল বাক িটত িবলাই িদেল িকৰ্য়া স াদন হওঁেত বাক িটত থকা ৰজাই, ৰাজ ত, ভঁৰালৰপৰা, িনজ হােতেৰ, ধন,
দুখীয়াক – এই পৰ্িতেটা পেদই সহায় কিৰেছ। ‘িবলাই িদেল’ িকৰ্য়াপদেটাক তলত িদয়াৰ দেৰ পৰ্ কিৰেলই বাক ৰ
কানেকইটা পদৰ লগত তাৰ স ঘিটেছ, বুজা যাব।

কােন িবলাই িদেল? ৰজাই (কতৃ-স )

িক িদেল? ধন (কম-স )

কাক িদেল? দুখীয়াক (িনিম স )

িকেহেৰ িদেল? িনজ হােতেৰ (কৰণ-স )

ক’ৰপৰা িদেল? ভঁৰালৰপৰা (অপাদান-স )

ক’ত িদেল? িনজ ৰাজ ত (অিধকৰণ-স )

এইদেৰ বাক ত িকৰ্য়াপদৰ লগত হাৱা আন নামপদৰ স ই হেছ কাৰক। অথা উি িখত বাক ত িকৰ্য়াৰ লগত স
ঘটা পৰ্িতেটা নামপেদই এেকা এেকাটা কাৰক।

িকৰ্য়াৰ লগত হাৱা নামপদৰ স ৰ িভি ত সং ৃ তৰ দেৰ অসমীয়া কাৰকেকা ছটা ভাগত ভগাব পািৰ: কতা, কম,
কৰণ, িনিম , অপাদান আৰু অিধকৰণ।

কিতয়াবা এটা নামপদৰ িকৰ্য়াৰ লগত স নৈহ আন এটা নামপদৰ লগত স ক ািপত হয়। যেন, এইখন ৰামৰ
িকতাপ। এই বাক েটাত িকতাপ শ ৰ লগত ৰাম শ ৰ এটা স ক আেছ। িক িকতাপ শ েটা িকৰ্য়া নহয়, নামপদেহ।
এইদেৰ দুটা নামপদৰ স কক স পদ বালা হয়।

কােনা কােনা ব াকৰণত সে াধনা ক শ েকা কাৰকৰ িশতানত ধিৰ সং ৃ তৰ দেৰ সে াধনত পৰ্থমাৰ শূন িবভি লগ
লােগ বুিল কাৱা হেছ। দৰাচলেত সে াধনা ক শ ক কাৰক অনুযায়ী ৰূপ কিৰব নাৱািৰ। কােৰাবাৰ নাম বা স অনুসিৰ
সে াধন কিৰব লািগেল, সই পদেটাত আচলেত কােনা পিৰি িতেত কােনা িবভি যাগ নহয়। মাতৰ্ সে াধনা ক
নামপদৰ আগত পৰ্ােয় হ অ’ ঐ আিদ সে াধনা ক অব য় শ যাগ হয়। যেন,

ৰূপা, (তু িম) এইফােল আহােচান।

হ পৰ্ভু, (তু িম) দয়া কৰা।


1/5
হৰ’ মানুহজনী, (তই) সঁচা কথা নকয় িকয়?

এই বাক েকইটাৰ ৰূপা, হৰ’ মানুহজনী আৰু হ পৰ্ভু-ত পৰ্থমাৰ শূন িবভি যাগ হাৱা নাই; বৰং তাৰ িপছত বাক ৰ
আৰ িণেত উহ হ থকা তু িম আৰু তই-তেহ পৰ্থমাৰ শূন িবভি যাগ হাৱা বুিলব পািৰ।

৯.০২ কাৰক আৰু স পদৰ ‘ বাধ’ জ াবৈল অথবা কাৰক আৰু স পদৰ অথ পৰ্কাশ কিৰবৈল িকছু মান সগ আেছ।
এই সগেবাৰেক শ িবভি বা কাৰকিবভি বালা হয়। অসমীয়া শ -িবভি ছিবধ: পৰ্থমা, ি তীয়া, তৃতীয়া, চতু থী,
ষ ী আৰু স মী। কতা আৰু কম কাৰকত কিতয়াবা িবেশষ পিৰেবশ আৰু পিৰি িতত কােনা িবভি পৰ্ত ভােব
যাগ নহয়। িক তেনেবাৰ িবভি হীন পেদ কতা আৰু কম কাৰকৰ অথ পৰ্কাশ কেৰ আৰু বাক ত িবভি যু পদৰ দেৰ
পৰ্েয়াগ হয়। তিতয়া সই কাৰকত শূন িবভি যাগ হাৱা বুিল ধৰা হয়। আনহােত অসমীয়া ভাষাত অপাদান কাৰক
বুজাবৈল প মী িবভি নাই। িকছু মান ব াকৰণত প মী িবভি িহচােপ দখুওৱা ‘পৰা’- টা এটা অনুপদেহ। অসমীয়াত
ষ ী-ৰ িবভি ৰ িপছত পৰা অনুপদ (post position) যাগ িদ অপাদান কাৰকৰ অথ পৰ্কাশ কৰা হয়। গিতেক
অসমীয়াত অপাদান কাৰক আেছ, িক এই কাৰকৰ বাধ জ াবৈল িনিদ কােনা প মী িবভি নাই। চু বুৰীয়া বঙলা
ভাষােতা প মী িবভি নাই। ‘হইেত’ আৰু ‘ থেক’ অনুপদ যাগ কিৰেহ বঙলাত অপাদান কাৰকৰ অথ পৰ্কাশ কৰা হয়।
অসমীয়াত কৰণ কাৰক বুজাবৈলও ষ ী-ৰ িবভি ৰ িপছত িদ, াৰা, হতু ৱাই, সেত আৰু জিৰয়েত অনুপদ ব ৱহাৰ কৰা
হয়।

কাৰক আৰু স পদ অনুযায়ী অসমীয়া শ িবভি আৰু অনুপদেবাৰ তলৰ তািলকাত দখুওৱা হ’ল।

কাৰক িবভি িবভি ৰ িচন অনুপদ

ব না ৰা
শ ত শ ত

কতা শূন িবভি -০ -০ –

১মা -এ এ, -ই –

কম শূন িবভি -০ ০ –

২য়া -অক -ক –

কৰণ ৩য়া -এেৰ -ৰ িদ, াৰা, হতু ৱাই, সেত, জিৰয়েত

িনিম ৪থী -অৈল -ল –

অপাদান – — – পৰা-

স পদ ৬ ী -অৰ -ৰ –

2/5
অিধকৰণ ৭মী -অত ত –

তািলকাত দখুওৱাৰ দেৰ অসমীয়াত অপাদানৰ বািহেৰ পৰ্িতেটা কাৰকেৰ িনজা িবভি আেছ। কিতয়াবা এেকটা
িবভি েৰই িবিভ কাৰকৰ অথ পৰ্কাশ কৰা হয়। সাধাৰণেত কতা কাৰকৰ এ- িবভি েয় কৰণ, অপাদান আৰু অিধকৰণ
কাৰকৰ অথ পৰ্কাশ কেৰ অথা এ-িবভি েয় কৰ্েম তৃতীয়া, প মী আৰু স মী িবভি েৰা কাম কেৰ। যেন, হােত-
কটা সূতা (কৰণ), তু িম অহাৰ কথােটা ৰীতাৰ মুেখ িনেলঁা (অপাদান) আৰু কথােটা সকেলােৰ মুেখ-মুেখ (অিধকৰণ)।
শ বা কাৰক িবভি েবাৰ িন সােপে (phonologically conditioned)। সেয়েহ ৰ বা ব ন অনুসিৰ ওপৰত
দখুওৱাৰ দেৰ িসহঁ তৰ ৰূপৰ পিৰৱতন হয়।

এইদেৰ দখা যায় য অসমীয়াত কাৰক আৰু স পদৰ স ক দুটা উপােয়েৰ িনেদশ কৰা হয়:

(ক) শূন িবভি েক ধিৰ আন শ -িবভি ৰ যাগত

(খ) স পদৰ ৬ষ ী িবভি ৰ িপছত িবিবধ অনুপদ যাগ কিৰ।

কিতয়াবা কােনা িবেশষ শ ৰ যাগেতা িবিভ কাৰকৰ অথ পৰ্কাশ কৰা হয়। সং ৃ তৰ কাৰক বুেজাৱা সু িবভি েবাৰ
বচন সােপ । ইয়াত পৰ্িতেটা িবভি ৰ ৰূেপই বচন অনুযায়ী িভন িভন। যেন, কতাকাৰকৰ ১মা িবভি িতিনটা বচনৰ
কাৰেণ িতিনটা: সু (একবচন), ঔ (ি বচন), জ (ব বচন)। সেয়েহ সং ৃ তত বচন অনুযায়ী সােতাটা িবভি ৰ ৰূপ ২১টা।
িক অসমীয়াত শ -িবভি েবাৰ বচন িনৰেপ অথা এক বচন আৰু ব বচন িনিবেশেষ ইয়াৰ এেকটাই ৰূপ; সেয়েহ
ইয়াত ছটা কাৰকৰ কাৰেণ মাতৰ্ ছটা িবভি ৰ ৰূপ। বচন অনুযায়ী শ ৰূপ কিৰব লািগেল ইয়াত শ িবভি যাগ
হাৱাৰ আগেত বচনবাচক পৰ্ত য় যাগ কৰা হয়। কােনা ব ৰ আকৃিত-পৰ্কৃিত বা পুংিল - ৰ্ীিলংগ বুজাব লগা হ’ লও
পৰ্থেম সই সই অথবাচক পৰ্ত য় যাগ হাৱাৰ িপছতেহ শ িবভি যাগ িদয়া হয়। অসমীয়াত শ ৰ িবভি েবাৰৰ
পৰ্েয়াগ এেনদেৰ দখুৱাব পািৰ:

মূলশ + শ িবভি ; যেন, ৰাম + এ = ৰােম

মূলশ + বচনবাচক/িনঃবাচক/িল বাচক পৰ্ত য় + শ িবভি ; যেন,

মানুহ + জন + এ = মানুহজেন

মানুহ + বাৰ + এ = মানুহেবােৰ

ফুকন + অনী + ক = ফুকননীক আিদ।

৯.০৩ কাৰক অনুযায়ী শ িবভি আৰু কাৰকবাচক অনুপদৰ পৰ্েয়াগ:

কতা কাৰক: িয কেৰ বা হয়, িসেয়ই কতা। অথবা যাৰ য ত বা যাক আশৰ্য় কিৰ িকৰ্য়া স ািদত হয়, সেয় কতা। কতা
কাৰকত শূন িবভি আৰু ১ মা -এ িবভি যাগ হয়। যেন,

মানুহ মেৰ।

চৰাই উেৰ।

িস যায়।

ল’ৰােটােৱ কাি েছ।

গৰুেৱ ঘাঁ হ খায়।


3/5
লতাই িকতাপ পিঢ়েছ।

উি িখত বাক েকইটাৰ িভতৰত পৰ্থম িতিনটা বাক ৰ মানুহ, চৰাই আৰু িস কতা, যাৰ মেৰ, উেৰ আৰু যায় িকৰ্য়াৰ লগত
পৰ্ধান স ক ািপত হেছ। িক সই কতােকইটাত পৰ্ত ভােৱ কােনা িবভি লগ লগা নাই, িক পদ িহচােপ তাত
শূন িবভি যাগ হাৱা বুিল ধৰা হয়। এেয় শূন িবভি । সাধাৰণেত অকমক িকৰ্য়াৰ কতাত শূন িবভি যাগ হয়।
ওপৰত মানুহ মেৰ, চৰাই উেৰ বাক ৰ মানুহ, চৰাই পদ মেৰ আৰু উেৰ অকমক িকৰ্য়াৰ কতা। িক হঁ াহ, কা , নাচ, সঁােতাৰ
আিদ িকছু মান অকমক িকৰ্য়াৰ কতাত সদায় পৰ্থমা এ-িবভি যাগ হয়। ল’ৰােটােৱ কাি েছ বাক ৰ কতা ল’ৰােটােৱ
অকমক িকৰ্য়াৰ কতা হাৱা সে ও তাত -এ িবভি যাগ হেছ। শষৰ বাক দুটাৰ গৰুেৱ, লতাই সকমক িকৰ্য়াৰ কতা
আৰু ইয়াত াভািৱকেত পৰ্থমা -এ, -ই িবভি যাগ হেছ।

দুজন বা অিধকৰ িভতৰত পাৰ িৰক কায বুজাবৈলও পৰ্থমা িবভি হয়। যেন,

ল’ৰাই ল’ৰাই কািজয়া লািগেছ।

গৰুেৱ গৰুেৱ যুজ


ঁ লািগেছ।

ধন শ ৰ যাগেতা পৰ্থমা িবভি হয়। িক ইয়াত িবভি েটা উহ হ থােক। যেন, ধন তু িম, তু িম ধন ।

কমকাৰক: যাৰ ওপৰত িকৰ্য়া হয় অথবা িকৰ্য়াৰ িয ব াপ বা ইি ত, তােকই কমকাৰক বালা হয়। অথা কতাই যাৰ
ওপৰত িকৰ্য়া কিৰ স ূ ণতা লাভ কেৰ, িসেয়ই কমকাৰক। কমকাৰকত শূন িবভি আৰু ি তীয়া িবভি -ক/-অক
যাগ হয়। যেন:

ৰােম িকতাপ পঢ়াইেছ।

আেয় ভাত ৰাি েছ।

এই বাক দুটাত কতা ৰাম আৰু আেয় কৰ্েম পঢ়া আৰু ৰ া কায কিৰ স ূ ণতা লাভ কিৰেছ িকতাপ আৰু ভাতৰ
ওপৰত। গিতেক িকতাপ আৰু ভাত কম আৰু ইয়াত কমকাৰকত শূন িবভি যাগ হেছ বুিল ধৰা হয়। আনহােত,

িশ েক ছাতৰ্ক পঢ়াইেছ।

আেয় মগনীয়ােটাক চাউল িদেছ।

এই দুটা বাক ত কতা িশ ক আৰু আেয় কৰ্েম পেঢ়াৱা আৰু চাউল িদয়া কায স কিৰেছ কম ছাতৰ্ক আৰু
মগনীয়ােটাক পদৰ ওপৰত। এই পদ দুটাত ি তীয় -অক/-ক িবভি যাগ হেছ।

কিতয়াবা এেকটা বাক েত এটা সকমক িকৰ্য়াৰ দুটা কম থােক। যেন, মই তাক অংক িশকাইেছঁা। এই বাক ত িশকাইেছঁা
িকৰ্য়াৰ লগত অংকৰ স পৰ্ধান, গিতেক ই পৰ্ত কম আৰু অপৰ্ধানভােৱ স থকা – ‘তাক’ টা পেৰা কম।
কিতয়াবা এেন ধাতু ৰপৰা ওেলাৱা িবেশষ শ েটা সই ধাতু ৰ িকৰ্য়া ৰূপৰ কম হয়। এেন কমক স ী কম বােল। যেন,
তই মাত নমািতিব। ইয়াত মা ধাতু ৰ পৰা মাত িবেশষ েটা স ী কম।

িধ শ ৰ যাগেতা িবেশষ ত ি তীয়া িবভি হয়। যেন,

তেন মানুহক িধ ।

িধ তাৰ জীৱন। (শূন িবভি )

আিদ, অনুসিৰ, পয শ ৰ যাগেতা নামপদত ি তীয়া িবভি যাগ হয়। এেন শ ৰ আগত থকা নামপদেটাত পৰ্ােয় শূন
িবভি যাগ হয়। যেন,
4/5
যাদৱেক আিদ কিৰ সকেলা আিহল।

আিজ (আিজক) পয টকািখিন ঘুৰাই িনিদেল।

আিহ (আিহক) অনুসিৰ িকছু মান কাম কিৰব লােগ।

কৰণ কাৰক: ‘িকৰ্য়া িন িতৰ সব পৰ্ধান উপােয় হ’ল কৰণ কাৰক। অথা যাৰ বা িযহৰ াৰাই কতাই িকৰ্য়া স কেৰ’
সইেটােৱ কৰণ কাৰক। কৰণ কাৰকত তৃতীয়া িবভি – ৰ/-এেৰ যাগ হয়। যেন,

তওঁ কােণেৰ কম েন।

হােতেৰ নাখাবা, চােমােচেৰ খাৱা।

দাখন লােৰ গঢ়া।

ইয়াত কৰ্েম কম না, নাখাবা, খাৱা আৰু গঢ়া কায স হেছ কৰ্েম কাণ, হাত, চামুচ আৰু লাৰ াৰা। গিতেক
কােণেৰ, হােতেৰ, চামুেচেৰ আৰু লােৰ কৰণ কাৰক আৰু ইয়াত তৃতীয়া িবভি –এেৰ/- ৰ যাগ হেছ।

ষ ী –ৰ িবভি যু পদৰ িপছত িদ, াৰা, সেত, হতু ৱাই, জিৰয়েত আিদ অনুপদ যাগ িদও কৰণ কাৰকৰ অথ পৰ্কাশ
কৰা হয়। যেন,

তাৰ াৰা কামেটা কেৰাৱা হ’ল।

ৰীতা দউতাকৰৈসেত িদ ীৈল গেছ।

মাধৱৰহতু ৱাই বা জিৰয়েত তাক খবৰেটা িদয়া হ’ল।

5/5

You might also like