You are on page 1of 5

কিলতা জনেগা ী সি লন, অসমৰ ল ,

উে শ আৰু ভিৱষ ৎ কায মিণকা


ড০ সােণ ৰ কিলতা

অসমৰ াচীনতম িখল ীয়া জনেগা ীসমূহৰ িভতৰত কিলতা জনেগা ীেটা হেছ অন তম আৰু
বৃহ ম জনেগা ী। বতমান এই জনেগা ীেটাৰ বাস ান পু উপত কাৰ সকেলা অ ল
িবয়িপ আেছ। জনেগা ীেটাৰ জনসংখ া ায় ৭০ লাখ। ধম য় , পুৰাণ আিদৰ বণনাৰপৰা
অনুমান কিৰব পািৰ য কিলতাসকল ায় পাঁচহাজাৰ বছৰ আগৰ াগেজ ািতষপুৰৰ
অিধৱাসী। াৈগিতহািসক কালেত কিলতা ৰজা বীৰ ভগদ ই মহাভাৰতৰ যু ত চীন আৰু
িকৰাত সন লগত ল কৗৰৱৰ হ যু ে ত নািমিছল। সই ফালৰপৰা কিলতাসকল য পাঁচ
হাজাৰ বছৰ আগৰ অিধৱাসী তাক নুই কিৰব নাৱািৰ। প নাথ গাহািঞবৰুৱােদেৱ তেখতৰ
“অসম বুৰ ী”ত উে খ কিৰেছ, “কিলতা—ইিবলাক অসমৰ আটাইতৈক পুৰিণকলীয়া
আিদবাসী। অসমত কিলতা ৰজা আিছল— নৰকাসুৰ, ভগদ , ব দ ভৃ িত ৰজাসকলক
ু বুিল ধৰা হেছ।” ভূ েপ নাথ চৗধুৰী ডাঙৰীয়াৰ “ সাণৰ অসম”
কিলতা ৰজাৰ আিদপুৰষ
বুৰ ী পুিথত থকা অনুসিৰ—“কিলতা জািতৰ মানুহিবলােকা অসমৰ সু াচীন অিধৱাসী।
নৰক, ভগদ আিদ ৰজাসকল কিলতা মানুহ আিছল বুিল ঠাৱৰ কিৰব পািৰ।”
১৮৩৮ চনত কািশত ম গ’মাৰী মা ন চাহাবৰ—“The History, Antiquites,
Topography and Statistics of Eastern India, Vol III (Purniya, Ronggopur and
Assam)” নামৰ খিনৰ ৬৭৫-৬৭৬ নং পৃ াত লখেক এইদেৰ কেছ— “কিলয়াবৰৰপৰা
আৰ কিৰ পি েম অিত সংখ ািধক আৰু ায় সমােন িতপি শালী দুটা জনজািত হ’ল
কিলতা আৰু কাচ। মাৰ ৰংগপুৰৰ িবৱৰণত উে খ কৰা কিলতাসকল খাচ অসমেতা এক
সংখ াব ল জনজািত।” ড০ িব. ক. বৰুৱাই তওঁৰ “A Cultural History of Assam
(Early Period) Vol 1” নামৰ খিনত ‘ফািথয়া-ই-ইি য়াহ’ৰ ফাচ ৰচকৰ কথা উনুিকয়াই
কেছ য অসম েদশৰ অিধৱাসীসকল দুই জািত— কিলতা আৰু আেহামৰ অ ভু ।

ৰাজেমাহন নাথ ডাঙৰীয়াৰ “The Background of Assamese Culture” ত পুৰিণ


অসমৰ কিলতা ৰাজ আৰু কিলতা ৰজাসকলৰ িবৱৰণ পাৱা যায়। ড৹ হৰ কা
বৰপূজাৰীেদেৱ তেখতৰ “Comprehensive History of Assam”ত কিলতাসকল
আলপাইন মূলৰ বুিল আৰু াচীনকালত তওঁেলাকৰ শিদয়াৰ ওচৰত এখন দশ আিছল বুিল
উে খ কিৰেছ। ড৹ তাপ চ চৗধুৰীেদেৱ “The History of Civilization of the
people of Assam to the twelveth Century A.D.” নামৰ ত Hecataeus of
Miletus আৰু Periplus of the Erythrean Sea-ত উে খ কৰা Kaltis সকলৰ লগত
অসমৰ কিলতাসকলৰ স ক থকােটা িনি ত কিৰেছ। ড৹ চৗধুৰীেদেৱ Hutton, Hoernle,
B.S. Guha আিদৰ উ ৃ িতেৰ ক’ব িবচািৰেছ য বিদক আযসকল ভাৰতবষত েৱশৰ ব
আগেত আলপাইনসকলৰ এই ভূ -খ ত েৱশ ঘ িছল। ৰায়বাহাদুৰ কনকলাল বৰুৱােদেৱ
কামৰূপ অনুস ান সিমিতৰ াৰা কািশত “গেৱষণা পি কা”ত কাশ কৰা “Iran and
Eastern India” নামৰ ব ত বিদক আযসকলৰ েৱশৰ ব আগেত অথাৎ ায়
পাঁচহাজাৰ বছৰ আগেত আলপাইনসকেল ভাৰতবষত েৱশ কিৰিছল বুিল মতেপাষণ কিৰেছ।
থম শিতকা মানত িহমালয়ৰ দি ণ পাদেদশত লুতা বা কলুতা নামৰ এখন সৰু ৰাজ থকা
আৰু কলুতা ৰজাৰ নামত থকা এ ণ মু াও পাৱা গেছ বুিল উে খ কিৰেছ। এই মু াৰ এটা
িপ ত খািদত কৰা আেছ “ৰাজন কলুতাস িবৰায়স ” (কলুতা ৰজা িবৰায়স ) আৰু আনেটা
িপ ত দৱতা িশৱৰ িতমূিত খািদত কৰা আেছ। কাল মত এই কলুতাসকলৰ এ ঠােল
াচীন কামৰূপত কিলতা িহচােপ পিৰিচত হয়। তওঁেলাকক দৱতা িশৱৰ ভ বুিল জনা
যায়।

“কথা ৰুচিৰত”ত ভৱানীপুৰীয়া গাপাল আতাৰ বংশাৱলীৰ উে খ কিৰ ড৹ বাণীকা


কাকিতেদেৱ অসমৰ পূব কাণত এখন কিলতা দশ আিছল বুিল উে খ কিৰেছ। ণািভৰাম
বৰুৱােদেৱ তেখতৰ “আসাম বুৰ ী”ত উে খ কৰা মেত— “কিলতা- এই জািত ব কাল
পূবেৰপৰা অসম দশত আেছ। কৃ িষ এইসকলৰ ধান ব ৱসায়।”

পৗৰািণক ধম পুৰাণ-উপিনষদ আৰু ইিতহাসিবদসকলৰ গেৱষণামূলক তথ ৰ আধাৰত


আিম এইেটা িস া ৈল আিহব পােৰা য “জনেগা ী” িহচােপ কিলতাসকল অিত পুৰিণ।
মংেগালীয় মূলৰ লাকৰ ৱাহেবাৰৰ সমসামিয়কভােৱ পু উপত কাৈল জন কিৰ অহা
আলপাইন মূলীয় নৃ- গা ীেটােৱ কিলতা জনেগা ী বুিল ায়ভােগ ক’ব িবচােৰ। আেহাম
ৰাজ ৰ সময়েতা কিলতাসকলৰ সংখ া আৰু ভাৱ এেন আিছল য মীৰজুমলাৰ লগত অহা
ফাচ পি েত তওঁৰ “ফািথয়া-ই-ইি য়াহ” নামৰ বুৰ ীত অসমৰ মানুহক কিলতা আৰু
আেহাম এই দুটা ভাগত ভগাইিছল। ডাঃ সত কাম ফু কনেদেৱ তেখতৰ ইংৰাজী ভাষাত িলখা
TONKORI নামৰ ত উে খ কিৰেছ—বতমানৰ অসমীয়া ভাষােটাৰ বাহক হ’ল
কিলতাসকল।

কিলতাসকেল িনজৰ দ তাৰ বলত সামািজক ি িত স ানজনকভােৱ ৰ া কিৰ আিহেছ।


অনুসূিচত জনজািত সমূহত ( কৱল মা উ ৰ-পূবৰ ৰাজ সমূহৰ বােব) েযাজ কৰাৰ
অেথ ভাৰতবষৰ সংিবধানত সংেযাজন কৰা ষ অনুসূিচৰ শাসন িবষয়ক উপল সমূহ
ভাৰত চৰকােৰ পযায় েম বৃি কিৰ অহাৰ ফলত অসমৰ এটা বৃহৎ ভৗেগািলক এেলকা
বতমান ষ অনুসূিচৰ আৱতত সামাই পিৰেছ। ইয়াৰ ফলত িখল ীয়া কিলতাসকলৰ লগেত
আন কতেবাৰ িখল ীয়া জনেগা ীয় লাকৰ কীয়ভােৱ বসবাস কৰাৰ অিধকাৰ
সাংিবধািনকভােৱ কতন হাৱাৰ উপ ম ঘ েছ। লগেত িব ায়নৰ ভাৱ, ৰাজৈনিতক
দৃি ভংগীৰ িবচাযহীনতা আৰু আ ঃৰািজ ক সীমা সমস াই অসমৰ িখল ীয়াসকলৰ ওপৰত
পেলাৱা দুটা নিতবাচক ভাৱ িবেশষভােৱ ল ণীয় হ পিৰেছ। িখল ীয়াসকলৰ ভূ িমৰ
অিধকাৰ আৰু ৰাজৈনিতক অিধকাৰ অ ু ৰখাৰ ত শংকাই দখা িদেছ। কিলতাসকল
অসমৰ ভূ িমপু আৰু অসমীয়া জািত গঠনত আগভাগ লাৱা জনেগা ী হও আিজ অসমৰ
ভূ িমত ভূ িমহীন আৰু সংখ ালঘু জনেগা ীত পিৰণত হাৱাৰ উপ ম ঘ েছ।

কােনা জনেগা ীেয় িনজৰ সাংিবধািনক অিধকাৰ িবচৰােটা আইনৰ পিৰপ ী নহয়। িনজৰ
সামািজক, ৰাজৈনিতক, অথৈনিতক আৰু সকেলাতৈক ৰু পূণ ভূ িমৰ অিধকাৰ অ ু ৰখােটা
জনেগা ীয় লাকসকলৰ মুখ উে শ বুিল িবেবচনা কৰা হয়। কিলতা জনেগা ীয় লাকসকল
সাধাৰণেত কৃ িষজীৱী আৰু কৃ িষেয়ই হেছ উপাজনৰ মূল ব ৱসায়। িক বতমান দখা গেছ
কিলতাসকলৰ কৃ িষভূ িম আৰু জনসংখ াৰ অনুপাত লােহ লােহ িন গামী হ’ব ধিৰেছ। যাৰ
ফলত কিলতাসকলৰ অথৈনিতক অৱ া িদনক িদেন শাচনীয়ৰপৰা শাচনীয়তমৈলেক গিত
কিৰেছ।

কিলতা জনেগা ীৰ অ কাৰময় ভিৱষ তৰ কথা উপলি কিৰ কইগৰাকীমান পুেৰাধা


ব ি েয় জািতেটাৰ আথ-সামািজক সুৰ া, ভূ িমৰ অিধকাৰ সুিনি ত কৰা আৰু ৰাজৈনিতক
অিধকাৰ ৰ াৰ হেক ১৯৮৭ চনৰ ২৫ অে াবৰত কিলতা জনেগা ী সি লন, অসম গঠন
কেৰ। জ ল েৰপৰা কিলতা জনেগা ী সি লন, অসেম তলত উে খ কৰা ল আৰু উে শ ত
উপনীত হাৱাৰ বােব অহৰহ চ া চলাই আিহেছ। এই সং া ত ক ীয় চৰকাৰ আৰু ৰাজ
চৰকাৰৰ লগত ক’বালািনেয়া আেলাচনা হেছ।

শষত দু মান কথােৰ মাখিন মািৰব িবচািৰেছা। অসম চু ি ৰ ছয় ন ৰ দফাত িখল ীয়াৰ
সং া িনৰূপণ নােহাৱাৰ পিৰে ি তত এৈকছ শিতকাৰ আৰ িণেত িখল ীয়াৰ সাংিবধািনক
অিধকাৰ সুিনি ত কৰাৰ বােব িচ িপ আইৰ জ নতা তথা া ন ম ী েমাদ গৈগেদেৱ
অসমক এখন জনজািত ৰাজ ঘাষণাৰ াৱ থেম ৰাজ ৱাভােৱ উ াপন কেৰ। পৰৱত
সময়ত অসমৰ িখল ীয়াৰ সাংিবধািনক ৰ াকৱচৰ সলিন কৱল অসমৰ জনজািতৰ
াথৰ াৰ বােব অসমক এখন জনজািত ৰাজ িহচােপ ঘাষণা কৰাৰ দাবীত সৰব হ’ল
কবাটাও দল-সংগঠন। শহতীয়াভােৱ ভাৰত চৰকাৰৰ লগত হাৱা আেলাচনাত আলফাই
াধীন অসমৰ দাবী পিৰহাৰৰ িবিনময়ত অসমৰ ািৱত ছয় জনেগা ীক জনজািতকৰণ
কিৰ অসমক এখন জনজািত ৰাজ ঘাষণা কৰাৰ বােব জাৰদাৰ েচ া চলাই আিহেছ বুিল
চাৰ মাধ মৰ জিৰয়েত জািনব পািৰেছা যিদও আলফাৰ আেলাচনাৰ িবষয়ব বতমানৈলেক
আনু ািনকভােৱ জািনব পৰা হাৱা নাই। এইে ত মংেগালীয় জনসমি েয় অসম বুিল ভবা
এচাম তথাকিথত বুি জীৱীেয় জনজািত ৰাজ ৰ দাবীেটাক অ ৰ হ ীদশনৰ ধ ান-ধাৰণােৰ
িত া কৰাৰ বােব অহৰহ চৰকাৰৰ ওচৰত চাপ সৃি কৰা আমাৰ দৃি েগাচৰ হেছ।

অসমক এখন জনজািত ৰাজ কিৰেল অসমৰ িখল ীয়া সকেলােবাৰ জনেগা ীেৰ সম-
অিধকাৰ, সম-িবকাশ সাধন হ’বেন নহয় এই স কত জনজািত ৰাজ িবচৰা দল-সংগঠন
অথবা বুি জীৱীসকলৰপৰা কােনাধৰণৰ ব ব ৰাজ ৱাৈক জািনব পৰা হাৱা নাই। অসমৰ
আঠস ৰটাতৈকও অিধক জািত-উপজািতৰ িভতৰত জনজািতৰ ীকৃ িত পাৱা পঁিচছটা সৰু-
বৰ জনেগা ী আৰু ািৱত ছয় জনেগা ীৰ জনজািতকৰণ স হ’ ল মুঠ একি ছটা
জনেগা ীক সামিৰ জনজািত ৰাজ ৰ দাবী উ াপন হেছ। ভাৰত চৰকাৰৰ ওচৰত িকহৰ
িভি ত বা িক জনেগা ীয় জনসংখ াৰ িভি ত জনজািত ৰাজ ৰ দাবীৰ ওপৰত আেলাচনা হেছ
সই স কত কােনােটা ীকৃ ত জনজািত সংগঠেন অথবা ভাৰত চৰকাৰৰপৰা কােনা
িতি য়া কাশ কৰা নাই।

আমাৰ দাবী হ’ব লািগব ভাৰত চৰকােৰ সংিবধান সংেশাধন কিৰ অসমৰ ভৗেগািলক
পিৰসীমাৰ নৈ শতাংশ ভূ িমক সামিৰ সংিবধানৰ ষ অনুসূিচৰ আওতাৈল অনােটা। তাৰ
পূব চত িহচােপ কিলতােক ধিৰ অসমৰ অন ান িখল ীয়া জনেগা ীসমূহেকা অনুসূিচত
জনজািতৰ অ ভু কিৰব লািগব। এই অনুসূিচত জনজািতসমূহৰ বােব িবধানসভাৰ এশ
পা ৰটা আৰু লাকসভাৰ তৰটা সমি সংৰ ণ কিৰব লািগব। িযেবাৰ ু জনেগা ীেয়
িতিনিধ কৰাৰ সুেযাগ নাপাব তেন ৱা জািত-জনেগা ীৰ বােব ািৱত িবধান পিৰষদৰ
এক- তৃ তীয়াংশ আসন সংৰ ণ কিৰব লািগব। এেন ৱা ব ৱ ােৰেহ িখল ীয়াই সাংিবধািনক
ৰ া কৱচ পাব পািৰব, অন থা আলফাৰ জনজািত ৰাজ অথবা অসম চু ি ৰ ছয় ন ৰ দফা
অ াসংিগক হ পৰােটা িনি ত। অসমক ভালেপাৱা িতেটা দল-সংগঠন, বুি জীৱী আৰু
ৰাজৈনিতক নতাসকেল, আ ােৰ অসমৰ ভাষা-সং ৃ িত, আচাৰ-ব ৱহাৰ, ৰীিত-নীিত ৰ া
কিৰ এখন বৰ অসম গিঢ় তালা এই িখল ীয়া জনেগা ীসমূহ ইিতহাসৰ পাতত িবলু
নােহাৱাৰ বােব ঐক ব ভােৱ কাযপ া হাতত লাৱাৰ সময় সমাগত।

(িখল ীয়াৰ সৗজন ত)

You might also like