You are on page 1of 2

কিলতা জনেগা ী

অসমীয়া িৱিকিপিডয়াৰ পৰা


কিলতা সকল হেছ অসমৰ এক ৰাচীন আৰু িখল ীয়া জনেগা ী । [1] ব পুৰিণ কালেৰ পৰা কিলতা ৰাজ ৰ অি ৰ কথা কিলতা জনেগা ী
জনা যায় । ১৫-১৬ শিতকাত কিলতা ৰাজ ৰ থকাৰ ৰমাণ আেছ ।[2]
মুঠ জনসংখ া

সামািজক জীৱন ৫০ লাখ (আনুমািনক)


উে খেযাগ জন-অধু িষত অ লসমূহ
কিলতা সকল মূলতঃ কৃিষজীিৱ যিদও আেহাম ৰাজ ৰ সময়ত তওঁেলােক সিনক, সনাপিত, ৰশাসক, ৰাজদূত আৰু
িবচাৰক িহচােপ িনজৰ সামৰ্থ দখুৱাবৈল স ম হিছল । ভাৰত:
অসম ৫০ লাখ
আেহাম ৰাজ ৰ পাইক ব ৱ াৰ উপািধ সমূহ ৰেম বৰা, শইকীয়া, হাজিৰকা, বৰুৱা আৰু ফু কন কিলতা সকলৰ মাজেতা পাৱা
ভাষাসমূহ
যায় । ফু কন, বৰুৱা আিদ উপািধ আেহাম, কিলতা আৰু ৰা ণ সকলৰ মাজত সমােন পাৱা যায় । তদুপিৰ বৰা, বৰুৱা, শইকীয়া,
হাজিৰকা আৰু ৰাজেখাৱা উপািধ সমুহ আেহাম, চু তীয়া, কাঁচ ৰাজবংশী আৰু কিলতা সকলৰ মাজত দখা পাৱা যায় । বৰাগী অসমীয়া ভাষা
আৰু খাউ -এই দুেয়া উপািধ আেহাম ৰজাৰ ৰাজদূত সকলক ৰদান কৰা হিছল । এই উপািধ ৰদান কেৰাঁেত কিলতা
সকলক ৰাধান িদয়া হিছল ।[3] ধৰ্ম

আনহােত ৰধানৈক মাগল শািসত পি ম অসমত কিলতা সকেল ৰাজহ িবভাগত আগ ান পাইিছল । িহ ু ধৰ্ম

িকছু মান লখতল'বলগীয়া কিলতা উপািধসমূহ হেছ লহকৰ, মহ , বৰ্মন, বৰদৈল, ভু ঞা, চিলহা, চৗধু ৰী, ডকা, দাস, দ , সংি নৃতাি ক গা ী
কাকিত, বৰকাকতী, ঠাকু ৰীয়া, মিধ, তালুকদাৰ, খাটিনয়াৰ, তহিবলদাৰ ইত ািদ । কিলতা সকেল ৰীম শংকৰেদৱৰ াৰা
ৰচািৰত এক শৰণ নাম ধৰ্ম আেকাঁৱািল লেছ । বৰ্তমান ৰ পু ৰ উপত কাৰ ৰায় ৰেত কেটা মহকু মােত এই জনেগা ী অসমীয়া
পাৱা যায় । অসম তথা উ ৰ পূৰ ল িবিভ জািত জনেগা ীৰ সম য়ৰ থলী। অসম নামৰ ভূ -খ আিদেত কামৰূপ,
ৰাগেজ ািতষপূৰ আিদ বেলগ বেলগ নামৰ িবিভ সময়ত পিৰিচত আিছল আৰু ইয়াৰ চািৰসীমাও বৰ্তমানৰ দেৰ নািছল।
িবিভ সময়ত ইয়াৰ পিৰসীমা িভন িভন আিছল। কিতয়াবা যিদ ইয়াৰ িব ৃ িত ব ৰসাৰীত হিছল, আন কিতয়াবা আেকৗ ই ব পিৰমােন সংকু িচত হেছ। কিলতাসকল ( িবজ ু
সনাপিত 7002014452ৰ িলখিনৰ পৰা সং ৰহ) হেছ অসম, িবেশষৈক ৰ পু ৰ উপত কাৰ ৰাচীনতম আৰু সৰবৃ হৎ জনেগা ী। ৰখ াত বু ৰ ীিবদ প নাথ গাঁহািঞবৰুৱােদেৱ
তেখতৰ ‘অসম বু ৰ ী’ত এই কথা কিৰ গেছ য কিলতাসকল অসমৰ আটাইতৈক পুৰণীকলীয়া আিদবাসী, নৰক, ভগদ আৰু ৰজাসকল কিলতাসকলৰ আিদপুৰুষ আিছল।
ৰাজেমাহন নাথৰ ‘The Background of Assamese Culture’ ত উে খ কৰা অনুস িৰ ২৪ জন নৰকৰ িভতৰত ৰথম নৰকৰ সময় আিছল খী. পূ. ২২০০ ৰ পৰা খী. পূ. ২১৬৯। ি তীয়ৰ
পৰা তৃিবংশিততম নৰকৰ সময় আিছল খী: পূ: ২১৬৯ৰ পৰা খী: পূ: ১৫০৯ । শষৰজন নৰকৰ সময় আিছল খী: পূ: ১৫০৯ ৰ পৰা খী: পূ: ১৪৪৯ আৰু তঁওেৰই পুেতক আিছল ভগদ ।
বু ৰ ীেয় ঢু কী নােপাৱা কালেত অসমত কিলতাসকেল িনজৰ সভ তা সং ৃ িত গিঢ় তুিলিছল। পৰৰ্ৱিত সময়ত িবিভ ঠাইৰ পৰা অহা ব সংখ ক লাক কিলতাসকলৰ অ ৰ্ভু
হিছল। সইবােবই কিলতা সকলৰ ইিতবৃ স ৰ্েক ব িভন িভন মতামত পাৱা যায়। িক ৰকৃত সত েটা হ’ল কিলতা সকল এই ভূ -খ ৰ চােবক বািস া। িবিভ উ সৰ পৰা অহা
তথ সমূেহা । কাৰণ বদ উপিনষদৰ কালেৰ পৰা ৰভু থকা কিলতা সভ তাত বেলগ বেলগ সময়ত আিহ সংেযািজত হাৱা লাকসকলক ল বৃ হ ৰ কিলতা জনেগা ী গিঠত
হেছ। ভাৰবৰ্ষৈল আৰ সকল অহাৰ ব পূেৰই অহা আলপাইন সকেলই হেছ কিলতা সকলৰ ন-ৃ গা ীয় পিৰচয়। ইয়াৰ পাছেতা অেনক সময়ত িবিভ িদশৰ পৰা এেনক লাক আিহ
ৰ পু ৰ উপত কাৰ আলপাইন মূলীয় কিলতাসকলৰ লগত িবিলন হেছ। কু লুতাচ সকলৰ এটা ঠােলা কিলতা সকলৰ অ ৰ্ভু হিছল। কৗনজৰ পৰা অহা িকছু লাক আৰু ইয়াৰ ব
পূেৰই িহমালয়ৰ পাদেদশত থকা লাকসকলৰ ব লাক বৃ হ ৰ কিলতা সকলৰ এক অংশৰ পূৰপূৰুষ বু িলব পািৰ। কিলতা লাকসকলৰ মাজত গভীৰ অধ য়ন কিৰেল দখা যায় য এই
লাকসকলৰ জািত, জনেগা ী উভয়েৰ ল ণ িবৰাজমান। সইবােব িব ান িভি ক িবে ষেণেৰ কিলতা এক জািত ন জনেগা ী এেকষাৰেত ক িদয়া কিঠন। পি ত ড. বাণীকা
কাকতীেদেৱ কিলতা এক জািত বু িল অিভিহত কিৰেলও কিলতাসকলৰ মাজত দখা পাৱা ব উপাদানৰ িভি ত কিলতা এক জনেগা ী বু িল কাৱােটােহ বিছ সিমিচন হ’ব। এই
জনেগা ীৰ অ ৰ্গত িবিভ স ৰদায় আেছ। তাৰ িভতৰত কমাৰ কিলতা, কু মাৰ কিলতা, সৰু কিলতা, বৰ কিলতা, নট কিলতা, সু ত কিলতা, কঁ হাৰ কিলতা, নািপত কিলতা, ধু বী
কিলতা, সানাৰী কিলতা, কাড়ী কিলতা, হাৈল কিলতা, জাৈল কিলতা, শাৈল কিলতা,মালী কিলতা আিদেবােৰই ৰধান। ইয়াৰ উপিৰও কিলতা জনেগা ীৰ লাকসকেল িবিভ সময়ত
িবিভ বৃ ি বা কৰ্মত মেনািনেবশ কৰাৰ কাৰেণ তঁওেলাকক িভন িভন নােমেৰ জনা গিছল। ব সময়ত তেন কাম আৰু দািয় ৰ ওপৰেত িভি কিৰ িভন িভন উপািধও লাভ কিৰিছল।
বৰ্তমােনা ৰ পু ৰ উপত কাত বসবাস কৰা কিলতা সকেল ৰায় ৯৩টা উপািধ ব ৱহাৰ কেৰ। ইয়াৰ িভতৰত সনাপিত, ভূঁ ঞা, বৰুৱা, মহ , শইকীয়া, কাকিত, দ , পাগব া, কিলতা,
দাস, তামূলী, বৰা, খাৰঘৰীয়া, বািৰক, পাঠক, চৗধৰী, খাতিনয়াৰ, লহকৰ, তালুকদাৰ, হাজিৰকা, নঁওগ, পাটিগিৰ, পা াৰ, অিধকাৰী, বড়া, ঠাকু ৰীয়া, বৰ্মন, ডকা, িদিহদাৰ, মধী,
পােটাৱাৰী, ু ৰী, বৰাগী, মালী, জন, তাঁিত, সাউদ, বজবৰুৱা, বাৈঢ়, বািণয়া, কু মাৰ, জৰামূৰীয়া, দুলীয়া, বিনক, কায় , চহৰীয়া, বশ , কঁ ওত, যাগী, নাথ, সু ৰী, তলী, ভকত, হাড়ী,
বৰদৈল, ধনিদয়া, গায়ন, বায়ন, ৰাজেখাৱা, ফু কন, দউৰী, নামিতয়াল, সু ৰধাৰ, ভৰালী, পুৰকায় , ডােকাৱা আিদেয়ই ৰধান। অৱােশ ইয়াৰ ব উপািধ কিলতাসকলৰ বািহেৰও আন
আন জনেগা ীৰ লােকও ব ৱহাৰ কৰা দখা যায়। কিলতাসকল এই ভূ -খ ৰ সৰকালৰ সৰে ৰ জনেগা ী িহচােপ পিৰিচত হ আিহেছ। এওেলাক যুগ যুগ ধিৰ অিত ৰভাৱশালী
আিছল আৰু কিলতা সভ তা আিছল ৰ ৰ আৰু য়ংস ূ ৰ্ণ। সমাজ ব ৱ া এটা স ূ ৰ্ণ হ’বৰ বােব ৰেয়াজনীয় সকেলা কাম এওঁেলােক িনেজই কিৰব পািৰিছল আৰু সমাজৰ
ৰায় সকেলাধৰণৰ কামেত এওঁেলােক মেনািনেবশ কিৰিছল। িক , সু িবধাবাদী তথাকিথত উ বংশীয় লাকৰ পেৰাচনা আৰু চ ৰা ৰত পিৰ কিলতাসকলৰ মাজেতই ব ৰণীিবভাগ
আৰু উ িন ৰ ভদােভদ আিহল। এেনকু ৱা ভদােভদ আৰু ব ঐিতহািসক অন ায়ৰ কবলত পিৰ কিলতাসকলৰ মাজত িকছু স ৰদায় িবভািজত হ’ল। কৱল কামৰ ভাগ িহচােপ
বেলগ বেলগ বৃ ি ৰহণ কিৰ জীিৱকা িনৰাস কৰাৰ আিচলােত কিলতাসকলক িভন িভন স ৰদায়ত িবভ কৰা হ’ল। এঁওেলাকৰ িকছু মান আেকৗ ভাৰতীয় সংিবধানৰ
জািতিভি ক সংৰ ণ ব ৱ াৰ আওঁতাত অন ান িপছপৰা ৰণীৰ অ ৰ্ভূ কিৰ পুনৰ িবভাজনৰ ফাঁট বহল কৰাৰ ষড়য ৰ কৰা হ’ল। িক এেক জীৱনৈশিলৰ গিৰ সংখ ক কিলতা
লাক সাধাৰণ জািতৰ আঁওতাত থািক গ’ল। যাৰ ফলত িনজ জনেগা ীৰ মাজেত এটা িবেভদ আিনবৈল ষড়য ৰকািৰসকল স ম হ’ল আৰু এসময়ত আটাইতৈক ৰভাৱশালী
জনেগা ীৰূেপ পিৰিচত কিলতাসকল ভাৰতবৰ্ষৰ াধীনতাৰ পাছত ৰেম ৰেম সকেলা িদশৰ পৰাই িপছপিৰ আিহল। বৰ্তমান অসমত কিলতাসকল হ’লৈগ আটাইতৈক িপছপৰা
জনেগা ীসমূহৰ অন তম। আিজৰ তািৰখত বৰ কিলতা আৰু সৰু কিলতাৰ ৰেভদ বৰ িবেশষ নাই বু িলব পািৰ িক কু মাৰ কিলতা, সু ত কিলতা, শাৈল কিলতা, হাৰী কিলতা আিদ
লাকসকল এটা গাট আন এটাৰ পৰা ইমােনই আঁতিৰ যাৱা পিৰলি ত হেছ য ব ে ৰত এটা গােট আন এটা গাটৰ লগত এেক জনেগা ীৰ বু িল পিৰচয় িদবৈলও শংকা কেৰ। এেন
হাৱাৰ ফলত ঐিতহ ময় কিলতা সভ তােটাৰ ৰিতেয়ই তী ৰ সংকট আিহ পিৰেছ আৰু জনেগা ীেটাৰ সমূহীয়া সমস াসমূহ সমাধানৰ বােব পথ মূকলী কৰাৰ ৰত ডাঙৰ ৰত াহবান
আিহ পিৰেছ। কিলতা সভ তা হেছ িনজ ৰ ভাষা সািহত , কৃি -সং ৃ িত, ঐিতহ পৰ ৰােৰ স ূ ৰ্ণ সভ তা। কিলতাসকল মূলত কৃিষজীিৱ আিছল আৰু ৰ পু ৰ উপত কাৰ
সকেলাধৰণৰ খাদ শস ৰ উ পাদক আিছল এঁওেলাক। খিতৰ বােব ৰেয়াজনীয় সজিু লসমূহ এঁওেলােক িনেজই তয়াৰ কিৰ লিছল। লাকসং ৃ িতৰ ৰখনেটা কিলতাসকল চহকী
আিছল। কিলতাসকলৰ িনজা লাকবাদ , লাকনৃত , লাকাচাৰ, খাদ ভাষ, খল ধমালী, গৃ হ িনৰ্মান ৰণালী, লাকিব াস আৰু পৰ ৰা আেছ। ভেথলী আৰু ম’ হােহা উ সৱ হেছ
কিলতাসকলৰ দুটা উে খেযাগ উ সৱ। ইয়াৰ উপিৰও এঁেলাকৰ মাজত িনিদ িকছু মান পুজা-পাতল আৰু ধৰ্মীয় িব াস আেছ। জয়পুৰীয়া কিলতা সমাজত থকা কালীপুজা ইয়াৰ এক
উ কৃ উদাহৰণ। ইয়াৰ উপিৰও কিলতা সকলৰ মাজত থকা ভূ ত- ৰত আৰু বজালী িব াস, আিশৰাদ,গািল, শাও-শপনী, শপত, পাপ আৰু পায়ািচ ৰৰ িব াস, জ -মৃতু স ীয়
িব াস আিদেবাৰ অিত িব য়কৰ আৰু এই সমূহৰ ওপৰত গেৱষণাৰ যেথ থল আেছ। কিলতা সকলৰ িনজ ৰ এক জপ ু ুৰী ঘৰৰ আৰ্িহ আিছল। বাঁহ,কা , বত, ইকৰা, খাগৰী, খৰ
আিদেৰ ঘৰ সজা কামেটা এঁওেলাক পাৈকত। মৃৎ িশ আৰু নৗকা িশ ত ৰ পু ৰ উপত কাত এঁওেলাক অনবদ । ঘৰৰ বাৰীৰ চািৰওফােল চািৰতা খাল খাি ঢাপ মািৰ লাৱােতা
কিলতাসকলৰ িনয়ম। ইয়াৰ উপিৰও কিলতাসকলৰ গাহালী, ভঁ ৰালঘৰ, ঢকীশাল, বৰঘৰ, ৰা ানীশাল আৰু জইু শাল পতাৰ িনিদ িনয়ম আৰু পৰ ৰা আেছ। ব ে ৰত ডাকৰ বচেনা
পালন কৰা দখা যায়। ‘ পূেৱ হাঁহ, পি েম বাঁহ, উ েৰ চৰু, দি েণ গৰু’ আিদেবাৰ আিজপৰ পালন কিৰ থকা দখা যায়। এেনেবাৰ নীিত িনয়ম সকেলা স ৰদায় আৰু বৃ ি ৰ লগত
জিড়ত কিলতাসকলৰ মাজেত দখা যায়। ইয়ােকা সংিমি ৰত জনেগা ীেটাৰ ঐক ব নৰ এক আিহলা িহচােপ ল’ব পািৰ। বৃ হ ৰ কিলতা স ৰদায়ৰ অ ৰ্গত সকেলা কিলতাই িনজৰ
মাজত ষড়য ৰ আৰু পেৰাচনামূলকভােৱ সু মুৱাই িদয়া ভদােভদেবাৰ পাহিৰ পুনৰ একি ৰত হ িথয় িদয়াৰ সময় আিহ পিৰেছ। এেন কিৰেল কিলতাসকলৰ উৈমহতীয়া সমস াসমূহ
সমাধানৰ বাট সু চল হ’ব আৰু ঐিতহ ময় কিলতা সভ তােয়া পুনৰ ৰাণ পাই উিঠ সম ৰ িব ৰ এক জাকতিজিলকা সভ তাৈল পিৰণত হ’ব। এই সংিমি ৰত জনেগা ীেটা হ ৰঁওক
সম ৰ িব বাসীৰ বােব এক আদৰ্শ।

কিলতা জনেগা ীৰ কইজনমান িবখ াত ব ি


মাধৱেদৱ, ব ৱ ধৰ্ম ৰচাৰক
মিণৰাম দৱান, াধীনতা সং ৰামী আৰু চাহ খিতয়ক
িব ু ৰাম মিধ, অসমৰ ৰা ন মুখ ম ৰী
মেহ ৰ মাহন চৗধু ৰী, অসমৰ ৰা ন মুখ ম ৰী
িবমলা ৰসাদ চিলহা, অসমৰ ৰা ন মুখ ম ৰী
ডাঃ ভূ িমধৰ বৰ্মন, ৰা ন মুখ ম ৰী
বাণীকা কাকিত, িবদ পি ত
হেৰকৃ ডকা, লখক আৰু ৰা ন আৰ ী স ালক ৰধান
িশৱ ৰসাদ বৰুৱা, চাহ খিতয়ক
অচু ত লহকৰ, ৰাম মান িথেয়টাৰৰ জনক
ৰতন লহকৰ, নাট কৰ্মী
সীতানাথ লহকৰ, নাট কাৰ আৰু কটন কেলজৰ ৰা ন অধ াপক

তথ সং ৰহ
1. Col Ved Prakash (2007). "Encyclopaedia of North-East India, Volume 1" (http://books.google.co.in/books?id=Ic4UCdaxbHIC&pg=PA150&dq=
kalita++kshatriya+caste&hl=en&sa=X&ei=ZYI5VP_GOseiuQS144KABw&ved=0CDQQ6AEwAw#v=onepage&q=kalita%20%20kshatriya%20c
aste&f=false). India, Northeastern. Atlantic Publishers & Dist. পৃ া: 150. http://books.google.co.in/books?
id=Ic4UCdaxbHIC&pg=PA150&dq=kalita++kshatriya+caste&hl=en&sa=X&ei=ZYI5VP_GOseiuQS144KABw&ved=0CDQQ6AEwAw#v=onepa
ge&q=kalita%20%20kshatriya%20caste&f=false। আহৰণ কৰা হেছ: 12 October 2014.
2. Pratap Chandra Choudhury (1988). "Assam-Bengal Relations from the Earliest Times to the Twelfth Century A.D" (http://books.google.co.in/b
ooks?ei=dpE5VMudGMWTuATx34H4Aw&id=EE1uAAAAMAAJ&dq=kalita+rulers+in+assam&focus=searchwithinvolume&q=kalita). Assam
(India). Spectrum Publications. পৃ াসমূহ: 193,275. http://books.google.co.in/books?
ei=dpE5VMudGMWTuATx34H4Aw&id=EE1uAAAAMAAJ&dq=kalita+rulers+in+assam&focus=searchwithinvolume&q=kalita। আহৰণ কৰা হেছ:
12 October 2014.
3. A History of Assam by Sir Edward Gait, page 124

অসমৰ জনেগা ীসমূহ


ৰ • আ • স (https://as.wikipedia.org/w/index.php?title=%E0%A6%B8%E0%A6%BE%E0%A6%81%E0%A6%9A:%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0_%E0%A6%9C%E0%A6%A8%E0%A6%97%E0%A7%8B%E0%A6%B7%E0%A7%8D

আইটন · আেহাম · কছাৰী · কিলতা · কািৰ · কৱৰ্ · কাঁচ · খামিট · খাময়াঙ · খলমা · গাৰ' · চলিনমাচ · চাওতালী · চাহ জনজািত · িচংেফৗ · চু তীয়া · টাংছা · টাইফােক · টু ৰুঙ
ঠ াল কছাৰী · িডমাছা · িতৱা · দউৰী · িধমাল · ফু ল ৰীয়া · বেড়া · বৰ্মন (কাছাৰ) · মটক · মৰাণ · মিহ · িমিকৰ · িমিচং · মছ · ৰাভা · লালুং · শৰণীয়া কছাৰী · সােণাৱাল কছাৰী · হাজং · হাজাই

এই অসম স ৰ্কীয় চমু ৰব েটা বহলাই িলখা ৰেয়াজন। আপুিনও ই া কিৰেল ৰব েটা িব াৰ কিৰ ইয়াৰ মান উ ত কিৰব
পােৰ। সহায় কিৰবৰ বােব ইয়াত ি ক কৰক (https://as.wikipedia.org/w/index.php?title=%E0%A6%95%E0%A6%
B2%E0%A6%BF%E0%A6%A4%E0%A6%BE_%E0%A6%9C%E0%A6%A8%E0%A6%97%E0%A7%
8B%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A7%80&action=edit)। আপুিন যিদ নবাগত তে
িৱিকিপিডয়াত স াদনা কৰাৰ অনু ৰহ কিৰ আেগেয় সহািয়কাখন এবাৰ চকু ফু ৰাব।

িবজ ু সনাপিতৰ 7002014452 িলখিনৰ পৰা সং ৰহ কৰা হেছ

"https://as.wikipedia.org/w/index.php?title=কিলতা_জনেগা ী&oldid=211887"ৰ পৰা সংকিলত

এই পৃ াখন ২৫ িডেচ ৰ, ২০১৯ তািৰেখ ১০:৩৯ বজাত অি ম সংেশাধন কৰা হিছল।

লখােবাৰ ি ৰেয়িটভ কম এি ৰবু ন/ য়াৰ-এলাইক লাইেচ ৰ অ ৰ্গত; ইয়াৰ লগেত আনুষি ক িনয়মাৱলী যাগ হ'ব পােৰ। ব ৱহাৰৰ চৰ্তেবাৰ িবতংৈক চাওক।

You might also like