You are on page 1of 8

(২০)

তু মি মোৰ

তু মি মোৰ

মন জোনাকৰ জোনাকী পৰূৱা

নাচি-বাগি জোনাকত

মায়াজাল ৰচা ॥

তু মি মোৰ

শৰতৰ প্ৰথম শেৱালীৰ সুবাস

মন মতলীয়া কৰা

মধুৰ আবেশ ॥

তু মি মোৰ

মন ফাগুণৰ চঞলা বা

স্থবিৰতা আঁতৰাই

প্ৰগতি আনা ॥

(৩৪)

তু মি মোৰ

অমানিশাৰ উজ্জ্বল জ্যোতিষ্ক

পথভ্ৰ্ ষ্ট পথিকৰ

আশাৰ পোহৰ ॥
তু মি মোৰ

মন নদীৰ বোৱ্তী সুতি


হেঁ পাহৰ আগ্ৰহৰ

লক্ষ্যৰ জেউতী ॥

(২১)

ভাল লগা মূহূৰ্ত্ত বোৰ

( ১)

ফৰিংফু টা জোনাকত

জিৰ জিৰ বতাহত

গছে-পাতে গুণগুণাই

মোৰ (বৰ) ভাল লাগি যায়

মোৰ (বৰ) ভাল লাগি যায় ॥

( ২)

আকাশত তৰাবোৰে দীপাৱ্লী পাতে

(৩৫)
মৰ্ত ্যত জোনাকীয়ে সপোন ৰছে

ইটিয়ে সিটিক মাতি ভাগৰি যায়

মোৰ (বৰ) ভাল লাগি যায়

মোৰ (বৰ) ভাল লাগি যায় ॥

( ৩)

চঞ্লী জুৰিটি কুলু-কুলু সুৰটি

জোনাকেৰে গা-ঢাকি লাজুকীজনী,

কোনো অভিসাৰলৈ যায়্,

মোৰ মন (বৰ) ভাল লাগি যায়

মোৰ মন (বৰ) ভাল লাগি যায় ॥

(২২)

কৃষক বন্ধু

অ, খেতিয়্ক ককাই

মাৰ মাৰ তই কোৰ মাৰ্,

বা,বা তই হাল বা

কপালৰ কেঁ চা ঘাম মাটিত পেলাই

(৩৬)
ধৰণী যে সেউজী কৰিছ

দেশৰ যে সমৃদ্ধি আনিছ

তোৰ তু লনা নাই

তোৰ তু লনা নাই ॥

অ, খেতিয়্ক ককাই

যা যা তই পথাৰলৈ যা

গা গা তই গান গাই যা

উলাহেৰে হেঁ পাহেৰে নাচি নাচি যা

মানৱক (যে) তই জীয়াই ৰাখিছ্,

ভোকৰ ভাতমুঠি আগতে দিছ

তোৰ তু লনা নাই

তোৰ তু লনা নাই ॥

অ, খেতিয়্ক ককাই

সৰলতা উদাৰতা তোৰেই যে নাম

তয়েই চপাৱ সোণোৱালী ধান

কৰ্মহে ডাঙৰ ধৰ্ম –

সেই শিক্ষা দিলি

প্ৰকৃ তিৰ লগতে একাত্ম হলি,

তোৰ তু লনা নাই

তোৰ তু লনা নাই ॥

( ৩৭)
মনৰ কুঁ ৱ্লী ঠেলি

সাৰংগপাণি গগৈ
উচৰ্গা

সমূহ কবিতাপ্ৰেমীলৈ কবিতাসমূহ উচৰ্গা কৰিলো ।


পাতনি

মনৰ কুঁ ৱ্লী ঠেলি শব্দৰ টু কুৰাবোৰে ইটি-সিটিক সাৱটি গতি কৰিছে ।

ভু মুকি মাৰিছে কবিতাৰ ৰূপত ।

মোৰ ভাৱ হৈছে –

“কবিতাৰ জঁ কাবোৰ সাজি উলিয়াইছোঁ সময়ৰ বিনিময়্ত্,


সঁছাকৈয়ে ধৰি ৰাখিব পাৰিছোনে এই অমূল্য সময় ,কবিতাৰ বুকুত ?”

উত্তৰবোৰ কবিতাপ্ৰেমীৰ বাবে ৰাখিলোঁ ।

সাৰংগপাণি গগৈ

You might also like