You are on page 1of 12

মহৎ লোকৰ বাণী 

১) পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ফু ল , কিন্তু তাৰ শিপা মাটি আৰু গোবৰতহে
থাকে = ডি . এইছ . লৰেঞ্চ ।

২)ঘৃণাৰে নিজক ভাৰাক্ৰান্ত কৰি নল'বা । তু মি ভবাতকৈ ই অতি গধুৰ বোজা


= মেডাম দ্য চেভিন ।

৩)ধন ব্যয় কৰাত ফু টি ওলায় মানুহৰ জীৱনবোধৰ পৰিচয় = গ্যেটে ।

৪) ধৰ্ম নামৰ দৈত্যটোক বধ কৰিব নোৱাৰালৈকে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰি


= বাট্ৰাণ্ড ৰাছেল । 

                                              
৫) একমাত্ৰ সন্তানেহে মাতৃ ৰ সাহস আৰু দুখ বুজি পায় = মুল্কৰাজ আনন্দ ।

৬) জীৱনত দুটাই ট্ৰেজেডি = বিচৰাতো নোপোৱা আৰু পোৱাতো  = অস্কাৰ ৱাইল্ড ।

৭) মৰমেহে মৰমক জন্ম দিয়ে = চফ ' কলছ ।

৮) কাম কৰাৰ সময় এতিয়াই । কিবা এটা কৰাৰ সময় কেতিয়াওঁ শেষ হৈ নাযায়
= কাৰ্ল ছেণ্ডবাগ ।

৯) ধাৰণাৰ যুদ্ধত প্ৰথমে মৃত্যু হয় মানুহৰ = এছ . জে . লেক ।


১০) নিজে আনন্দিত হ'বৰ বাবে আনক আনন্দ দিব পাৰিব লাগে = মাৰ্ক টোৱেইন ।

১১) জীৱনত ভয় খাবলৈ একোৱেই নাই । আছে মাথো জীৱনক বুজিবলৈ = মেৰি কুৰি ।

১২) এই পৃথিৱীত মূৰ্খৰ বাহিৰে কোনেও চিন্তাহীন বাবে জীৱাই থাকিব নোৱাৰে  = এলবাৰ্ট
হাৱাৰ্ড   ।

১৩) কাহিনীতকৈ পাতনি দীঘল কৰাতো মুৰ্খামিৰ চিন = অ 'ল্ড টেষ্টামেণ্ট ।

১৪) নিজৰ কুকুৰটোৰ কাৰণে গৰাকীজন সদায়েই নেপোলিয়নৰ দৰে বীৰপূৰুষ । সেই
গুণেই কুকুৰক সকলোৰে প্ৰিয় কৰি তোলে = হাক্সলী ।

১৫) মনত ৰাখিব - আপোনাৰ জীৱনৰ প্ৰতিটো দিনেই আপোনাৰ ইতিহাসৰ একো পৃষ্ঠা
= আৰৱিক প্ৰবচন ।

১৬) নতু ন বন্ধুক আঁকোৱালি ল'ব নোৱাৰাজনেই জীৱাই থকাৰ কলা হেৰুৱাই পেলায়
= ৱেইৰ মিটছেল ।

১৭) উপদেশ দিয়া মানুহজনতকৈ উপদেশ বিচৰা মানুহজন প্ৰায়েই শ্ৰেষ্ঠতৰ বুলি প্ৰমাণিত
হয় = কাৰ্ল ফন নোবেল ।

১৮) অন্ধই যদি অন্ধক পথ দেখুৱাই , দুয়োজনেই খালত পৰে = নিউ টেষ্টামেণ্ট ।

১৯) ডিউতি - কৰ্ত ব্য - এইটোৱেই হ'ল ইংৰাজী ভাষাত আটাইতকৈ সৰল শব্দ = আৰ . ই .
লী ।
২০) অধিক মিঠা নহ'বা , তোমাক খাই পেলাব । কিন্তু অধিক তিতাও নহ'বা , তোমাক
গিলি থব = ইহুদি প্ৰবচন ।

২৩) যি কণী চু ৰি কৰিব পাৰে , তেওঁ হাতীও চু ৰি কৰিবলৈ সমৰ্থ = জৰ্জ হাবাৰ্ট ।

২২) যেতিয়াই খং উঠে চাৰিলৈকে গণক । বেছি খং উঠিলে শপত খাওক = মাৰ্ক
টোৱেইন ।

২৩) এটা মাত্ৰ ফু লে বসন্তক আগমন ঘটাব নোৱাৰে = আফগানী প্ৰবচন ।

২৪) অতীতৰ নিচিনাকৈ ভৱিষ্যতটোৱেও বৰ্ত মানক প্ৰভাৱিত কৰে = ফ্ৰিজেডৰিখ নীতসে ।

২৫) পাপেৰে কিছু লোকৰ উন্নতি হয় । আন বহুতৰ ভাল কামেৰেও পনত ঘটে
= শ্বেক্সপীয়েৰ ।

২৬) তু মি যেন জীৱনৰ প্ৰতিটো দিনেই পৰিপূৰ্ণভাৱে জীৱাই থকা , এয়ে মোৰ প্ৰাৰ্থনা
= জনাথন ছু ইফট ।

২৭) জ্ঞানী মানুহে আনৰ ভু লৰ পৰা শিকে ; মুৰ্খই শিকে নিজৰ ভূ লৰ পৰা = এইচ . জি .
ৰন ।

২৮) যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে আৰু জ্ঞানে পথ দেখুৱাই , সেইটোৱেই হ'ল ভাল
জীৱন = বাট্ৰাণ্ড ৰাছেল ।

২৯) সকলো বিজ্ঞানৰ আৰম্ভণী হয় দৰ্শন হিচাপে আৰু শেষ হৈ কলা হিচাপে = উইল
ডু ৰাণ্ড ।
৩০) আন মানুহৰ বিষয়ে সঁচা কথা ক 'বলৈ আটাইতকৈ ভাল মাধ্যম হ'ল আত্মজীৱনী
= ফিলিপ গুৱেডেলা ।

৩১) জীৱনটো কি বস্তু , সেই কথা বুজিবলৈ হ'লে আমি পাছলৈ ঘূৰি চাব লাগিব ; কিন্তু
জীৱনটো ষাপন কৰিবলৈ হ'লে আমি চাব লাগিব সন্মুখলৈ = ছোৰেন কিয়েৰ্ক গাৰ্ড ।

৩২) কঠোৰতম সত্যটোতকৈ সন্দেহ অতি নিষ্ঠুৰ = মৰ্লিয়েৰ ।

৩৩) মুৰ্খই আশ্চৰ্য প্ৰকাশ কৰে আৰু জ্ঞানীয়ে প্ৰশ্ন কৰে = বেন্জামিন ডিজৰেলি ।

৩৪) মহৎ কাম শক্তিৰে নহয় , অধ্যৱসায়ৰে সম্পন্ন হয় = ছেমুৱেল জনছন ।

৩৫) জন্ম আৰু মৃত্যু হ'ল সাহসৰ দুই শক্তিশালী কণ্ঠস্বৰ = খলিল জিব্ৰান ।

৩৬) পেটটোতকৈ নিখুঁত ঘড়ী আন একো নাই = ফৰাচী প্ৰবচন ।

৩৭) বিখ্যাত হোৱাতকৈ বিশ্বাসী হোৱাতো শ্ৰেয়: = টি . ৰুজভেল্ট ।

৩৮) জীৱনটো ইমানেই চু টি যে বিৰক্ত বা অৱসাদগ্ৰস্ত হ'বলৈ জীৱনত কোনো সুৰুঙাই


নাই = নীতসে ।

৩৯) খং য়েতিয়া উঠে , তেতিয়া সদায় ফলাফললৈ মনত ৰাখিব = কনুফুচিয়াছ ।


৪০) স্বাধীনতা ভাল পোৱা মানে আনক ভাল পোৱা , ক্ষমতাক ভাল পোৱা মানে নিজক
ভাল পোৱা = উইলিয়াম হেজলিট ।

৪১) দায়বন্ধতা হ'ল মহানতাৰ মূল্য = চাৰ্লিচ ।

৪২) কামতো হৈ যোৱাৰ পাছত মুৰ্খও জ্ঞানী হৈ পৰে = হোমাৰ ।

৪৩) মহৎ লেখকৰ প্ৰধান লক্ষণ হ'ল ভাষাৰ সৰলতা আৰু স্পষ্টতা = ফ্ৰেডেৰিক
আমিয়েল ।

৪৪) নিজৰ ইচ্ছাক অনুসৰণ কৰাজনেই সম্ৰাট = আইৰিছ প্ৰবচন ।

৪৫) টেঙৰালিক লুকুৱাই ৰাখিব জনাটোৱেই হ'ল আটাইতকৈ ডাঙৰ টেঙৰালি = ফৰাচী
পটন্তৰ ।

৪৬) অপেক্ষা আৰু আশা - এই শব্দ দুটাতেই মানৱ বুদ্ধিমত্তাৰ সকোখিনি নিহিত হৈ আছে
= আলেকজেণ্ডাৰ ডু মা ।

৪৭) মজলীয়া প্ৰতিভা বা বুদ্ধিবৃত্তিৰ মানুহে আটাইতকৈ বেছি জ্ঞান আহৰণ কৰিব পাৰে
= ক্লড বানাৰ্ড  ।

৪৮) মাতৃ ৰ কিঞ্চিত স্নেহ হাজাৰজন ধৰ্মগুৰুৰ শিক্ষাতকৈ বহু ঊধবৰ্ত = স্পেনিছ প্ৰবচন ।

৪৯) ধৰ্মৰ মাজৰ মজ্জাখিনি উলিয়াই ল'ব লাগে ; হাড়খিনি কেলেই  ?  = জালানুদ্দিন
ৰুমী ।
৫০) বুদ্ধিমান হোৱাৰ বাবে আমি বহু মূল্য ভৰিবলগীয়া হয় । জ্ঞানে যন্ত্ৰণা দিয়ে
= ইউৰিপিডিছ ।

৫১) মহত কাৰ্য সিদ্ধিৰ বাবে অকল কাম কৰাই নহয় , স্বপ্নও দেখিব লাগিব
= আনাতোঁলা ফ্ৰা ।

৫২) যৌৱনত মই সময় অপব্যয় কৰিছিলো । প্ৰতিদানত এতিয়া সময়ে মোক অপব্যয়
কৰিছে = শ্বেক্সপীয়েৰ ।

৫৩) ভাযা হ'ল সৃষ্টিৰ পাছত ভগৱানে মানুহক দিয়া প্ৰথমটো উপহাৰ = ন 'ৱা ৱেবষ্টাৰ ।

৫৪) ভৱিষ্যত সেইসকলৰেই , যিয়ে নিজৰ স্বপ্নৰ সৌন্দৰ্যত গভীৰভাৱে বিশ্বাস ৰাখে
= ইলিয়েনৰ ৰুজভেল্ট ।

৫৫) সকলো জ্ঞানেই আমাক অজ্ঞতাৰ কাষলৈ টানি  নিয়ে = টি . এছ . ইলিয়ট ।

৫৬) সৰল জীৱনৰ পুৰস্কাৰ জীৱনটোৱেই =  জৰ্জ চান্টায়ন ।

৫৭) এই জটিল পৃথিৱীত বিশ্বাসে মানুহৰ ৰক্ষা কৰা নাই , ৰক্ষা কৰিছে তাৰ
প্ৰয়োজনীয়তাই = বেঞ্জামিন ফ্ৰেংকলিন ।

৫৮) কৃ তজ্ঞতা হ'ল হৃদয়ৰ স্মৃতি = হাবাৰ্ট প্ৰছনাউ ।

৫৯) সকলোৰে আটাইতকৈ শ্ৰেষ্ঠখিনিত বিশ্বাস ৰাখিবা = ৰুডিয়াৰ্ড কিপলিং ।


৬০) এগৰাকী পূৰুষে নিশ্চিতভাৱে কোৱা কথাতকৈও এগৰাকী নাৰীয়ে কৰা অনুমানৰ
শুদ্ধতা অধিক = ৰুডিয়াৰ্ড কিপলিং ।

৬১) অনিশ্চয়তাৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হ'ল আশাৰোে জীৱাই থকা = কাৰ্ল
চিমনটন ।

৬২) সিদ্ধান্ত উচিত হ'লেও আনপক্ষৰ যুক্তি নুশুনাকৈ লোৱা সিদ্ধান্ত কেতিয়াও ন্যায়সংগত
হ'ব নোৱাৰে = চেনেকা ।

৬৩) শক্তিৰে  শান্তি অক্ষূ ণ্ণ ৰাখিব নোৱাৰি । মাথোন বুজাবুজিৰেহে সেয়া সম্ভৱ = এলবাৰ্ট
আইনষ্টাইন ।

৬৪) মানুহৰ হৃদয়খনে চকুৰে নেদেখাতো অনুভৱ কৰিব পাৰে । মনটোৱে নজনাটোকো
হৃদয়ে বুজিব পাৰে = ৰবাৰ্ট ভেলেট ।

৬৫) কৃ তকাৰ্যতা হ'ল সাধনাৰ সমাপ্তি আৰু অৱসাদৰ আৰম্ভণী = এমব্ৰছ বিয়েৰ্ছ ।

৬৬) মানুহৰ বাহিৰে আন কোনো প্ৰাণীকেই নিজৰ অস্তিত্বই বিস্মিত নকৰে = আৰ্থাৰ
ছোপেনহাৱাৰ ।

৬৭) জ্ঞানীজনৰ জ্ঞানৰ উতস নিজেই । মুৰ্খইহে আনৰ মমতাৰ পৰা শিকে , সিদ্ধান্ত লয়
= তিব্বতীয় প্ৰবছন ।

৬৮) হতাশাক আশ্ৰয় নিদিবা , এবাৰ প্ৰশ্ৰই দিলেই ই তোমাৰ অংগ হৈ পৰিব = ছিডনী
স্মিথ ।
৬৯) গৰ্বিতৰ ভগৱান নাই , ঈৰ্ষাপৰায়নৰ কোনো চু বুৰীয়া নাই , খঙাল লোকৰ নিজৰ
কোনো অস্তিত্বও নাই = হল ।

৭০) প্ৰকৃ ত বন্ধু ত্ব সুস্থ স্বাস্থ্যৰ দৰে । যেতিয়ালৈকে হেৰুওৱা নাযায় তেতিয়ালৈ ইয়াৰ মূল্য
বুজডা নাযায় = চাৰ্লছ চেলিব কলটন ।

৭১) প্ৰত্যকটো সমাধানৰ বীপৰীতে মই এটা সমচ্যা থিয় কৰিব পাৰাঁ , কাৰণ মই এজন
দাৰ্শনিক = ৰবাৰ্ট জেণ্ড ।

৭২) ভাগ্য বুলি বেলেগ এটা বস্তু নাই ; মানুহৰ চৰিত্ৰই মানুহৰ নিয়তি = হেৰাক্লিটাছ ।

৭৩) ঈশ্বৰৰ প্ৰতি মোৰ জনাবলগীয়া মিনতিটো অতি সাধাৰণ আৰু সংক্ষিপ্ত । সেয়া হ'ল
- হে ঈশ্বৰ , মোৰ শত্ৰুসকলক হাঁহিয়াতৰ প্ৰাত্ৰ কৰি তোলা = ভলটেয়াৰ ।

৭৪) পুতি থোৱা শস্য গজিব পাৰে , কিন্তু বিপথে যোৱা প্ৰতিভাৰ পুনৰ্জ ন্ম নহয় = ৰজাৰ
বেকেন ।

৭৫) এজন মানুহক ওৰে জীৱন ধৰি প্ৰশ্ন কৰিবলৈ শিকোৱাতো হ'ল শিক্ষাৰ এটা প্ৰধান
উদ্দেশ্য = বিছপ মেণ্ডেল ক্ৰিটন ।

৭৬) সদায়ে মনত ৰাখিব - হাঁহিলে যিকেইটা দাঁত ওলায় , সেইকেইতা গালি পাৰিলেও
ওলায় = পশ্চিম আফ্ৰিকৰ প্ৰবচন ।

৭৭) বেয়া কামৰ স্বীকাৰৰোক্তিয়েই হ'ল ভাল কাৈমৰ আৰম্ভণী = ছেইন্ট অগষ্টাইন ।
৭৮) প্ৰথমে আনক সুখী কৰি নিজে সুখী হোৱাই হ'ল সুখী হোৱাৰ আটাইতকৈ সহজ
উপায় = ৰালফ ইন্গাৰছ 'ল ।

৭৯) আনক ঘৃণা কৰাতো এন্দুৰৰ পৰা ৰক্ষা পাবলৈ নিজৰ ঘৰ জ্বলাই দিয়াৰ লেখীয়া
= হেৰী এমাৰছন ।

৮০) এটোপাল চীয়াহিয়ে লাখ লাখ লোকৰ চিন্তাৰ বাট খুলি দিব পাৰে = বাইৰন ।

৮১) বতাহৰ বীপৰীতে চিলাই আটাইতকৈ ওপৰলৈ উৰে , বতাহৰ লগত নহয় = উইনষ্টন
চাৰ্চি ল ।

৮২) সদায় মনত ৰাখিবা - ভ্ৰাতৃ কেতিয়াবা ব ন্ধু নহ'বও পাৰে । কিন্তু  বন্ধু সদায়েই
ভ্ৰাতৃ = ৰেন ফ্ৰেংকলিন

৮৩) আপোনাৰ দৈন্দনিন জীৱনেই আপোনাৰ মন্দিৰ আৰু আপোনাৰ ধৰ্ম = খলিল জিব্ৰান

৮৪) অজ্ঞতা লুকুকাই ৰাখিব পৰাটোৱেই হ'ল জ্ঞানীৰ পৰীক্ষা = ফ্ৰেঞ্চিছ কোৱেল ।

৮৫) এজন বন্ধুক ক্ষমা কৰাতকৈ এজন শত্ৰুক ক্ষমা কৰাতো অধিক সহজ = উইলিয়াম
ব্ৰেক ।

৮৬) সূৰ্যমূখী ফু লে প্ৰতিপলতে সূৰ্যকেই অনুসৰণ কৰে , সূৰ্য ডাৱৰৰ আঁৰতে নাথাকক কিয়
= লেইটন ।
৮৭) সকলো কাহিনীয়ে আমাক কিবা নহয় কিবা এটা প্ৰতিশ্ৰুতি দিয়ে - সেই কাহিনী সঁচা
বা কল্পিত বা জনশ্ৰুতিয়েই নহওক কিয় = ষ্টিৱাৰ্ট অ ' . নান ।

৮৮) তু মি তপা হোৱাৰ পাছত জীৱনে তোমাক যিখন ফণি উপহাৰ দিয়ে , তাকেই
অভিজ্ঞতা বুলি কোৱা হয় = জুডিফ ষ্টাৰ্ন ।

৮৯) শব্দই হ'ল মানুহে এতিয়ালৈকে ব্যৱহাৰ কৰা আটাইতকৈ শক্তিশালী ঔষধ = ৰুডিযাৰ্ড
কিপলিং ।

৯০) লুভুকা কুকুৰ আৰু লৰচৰ নোহোৱা প্ৰাণীৰ পৰা সাৱধান হ'বা = পতু ৰ্গীজ প্ৰবচন ।

৯১) বন্ধুত্ব ধনৰ দৰে - ঘটিবলৈ সহজ , কিন্তু ৰাখিবলৈ টান = ছেমিয়েল বাটলাৰ ।

৯২) কেতিয়াবা এটা চিঞৰৰ মূল্য এখন গৱেষণা পত্ৰতকৈও অধিক মূল্যৱান হৈ পৰে
= এমাৰ্ছ ন ।

৯৩) শত্ৰুক সদায় ক্ষমা কৰিবা । কিন্তু তেওঁলোকৰ নাম কেতিয়াও নাপাহৰিবা = জন .
এফ . কেনেডী ।

৯৪) কৌতূ হলেই সুখী হোৱাৰ মূলমন্ত্ৰ = নমাৰ্ন ডগলাছ ।

৯৫) নিজৰ ভালপোৱাই হ'ল এক দীৰ্ঘদিনীয়া ৰোমান্টিক জীৱনৰ আৰম্ভণী = অস্কাৰ


ৱাইল্ড ।

৯৬) মহত কাৰ্য শক্তিৰে নহয় , অধ্যৱসায়েৰেহে সম্পন্ন হয় = ছেমুৱেল জনছন ।


৯৭) মানুহ পৰিস্থিতিৰ সৃষ্টি নহয় , পৰিস্থিতিয়েহে মানুহৰ সৃষ্টি কৰে = বেঞ্জামিন
ডিজৰেলী ।

৯৮) ব্যৱসায় তেলৰ দৰে । ই ব্যৱসায়ৰ বাহিৰে কাৰোৰো লগত মিহলী নহয় = জে .
গ্ৰাহাম ।

৯৯) প্ৰতিভা নীৰৱে বিকশিত হয় ; কিন্তু চৰিত্ৰ গঠন হয় মানুহৰ ভিৰত = গ্যেটে ।

১০০) ভগৱানে তোমাক এখনহে মুখ দিছে ; আনখন মুখ তু মিহে সৃষ্টি কৰি লৈছা
= শ্বেক্সপীয়েৰ ।

১০১) প্ৰেমবিহীন জীৱন ফু ল - ফল নধৰা গছৰ দৰে = খলিল জিব্ৰান ।

১০২) মুখ জপাই থাকিবলৈ সমৰ্থ হ'লে পানীৰ তলৰ মাছো বিপদত নপৰে = কোৰিয়ান
প্ৰবচন ।

১০৩) সম্পদৰ লালসাই নহয় , হেৰোৱা সম্পদৰ দুখেহে মানুহক অধিক হতাশাগ্ৰস্ত কৰি
তোলে = আলফ্ৰেড দ্য মছেট ।

১০৪) শত্ৰুৰ সৰু - বৰ নাই । তোমাৰ যদি শত্ৰু নাই , জানিবা ভাগ্যই ইতিমধ্য এৰা
দিছে = থমাছ ফুলাৰ ।

১০৫) স্বাধীনতাৰ অৰ্থ হ'ল দায়বদ্ধতা । অধিকাংশ লোকেই স্বাধীনতাক ভয় কৰাৰ সেয়াই
কাৰণ = জৰ্জ বানাৰ্ড শ্ব ।

১০৬) ৰুগীয়াৰ কাৰণে জীৱন মানেই প্ৰত্যাশা = চিচাৰু ।


১০৭) দেশ যিমানেই দুৰ্নীতিগ্ৰস্ত হ'ব , সিমানেই আইনৰ  সংখ্যা বৃদ্ধি পায় = টেছিতাচ ।

১০৮) এই পাৰমাণৱিক যুগত শান্তি হ'ল জীৱাই থকাৰ এটা চৰ্ত হে = এডলাই ষ্টিভেনছন

১০৯) আনৰ অজ্ঞতা জনাই হ'ল শ্ৰেষ্ঠ জ্ঞান = লাও ছে ।

You might also like