You are on page 1of 1

Extra Homework For Roll No: 6275,6276,6308,6343,6378 Class X

Assamese

১. তোমাৰ বিদ্যালয়ত পালন কৰা স্বাধীনতা দিৱসৰ বিষয়ে বাতৰি কাকতত


প্ৰকাশৰ উপযোগীকৈ এখন প্ৰতিবেদন প্ৰস্তুত কৰা ।

২. তোমাৰ বিদ্যালয়ত পালন কৰা সাংগীত প্ৰতিযোগিতাৰ বিষয়ে বাতৰি কাকতত


প্ৰকাশৰ উপযোগীকৈ এখন প্ৰতিবেদন প্ৰস্তুত কৰা ।

৩. তোমাৰ বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা আন্ত বিদ্যালয় ফু টবল প্ৰতিযোগিতাৰ


বিষয়ে বাতৰি কাকতত প্ৰকাশৰ উপযোগীকৈ এখন প্ৰতিবেদন প্ৰস্তুত কৰা ।

৪. তোমাৰ বিদ্যালয়ত পালন কৰা শংকৰদেৱৰ তিথিৰ বিষয়ে বাতৰি কাকতত


প্ৰকাশৰ উপযোগীকৈ এখন প্ৰতিবেদন প্ৰস্তুত কৰা ।

৫. কিতাপ কিনিবলৈ ৫০০ টকা বিচাৰি তোমাৰ মাৰালৈ এখন চিঠি লিখা ।

৬. ফু ৰিবলৈ যোৱা ঠাই এখনৰ বিষয়ে বৰ্ণনা কৰি তোমাৰ বন্ধুলৈ এখন চিঠি লিখা

Extra Homework For 6269 ,6271,6273,6315,6317,6332, 6342,6351,6379,


6386 Class X Assamese
১. তোমাৰ বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা আন্ত বিদ্যালয় ফু টবল প্ৰতিযোগিতাৰ
বিষয়ে বাতৰি কাকতত প্ৰকাশৰ উপযোগীকৈ এখন প্ৰতিবেদন প্ৰস্তুত কৰা ।

২. তোমাৰ বিদ্যালয়ত পালন কৰা শংকৰদেৱৰ তিথিৰ বিষয়ে বাতৰি কাকতত


প্ৰকাশৰ উপযোগীকৈ এখন প্ৰতিবেদন প্ৰস্তুত কৰা ।

৩. কিতাপ কিনিবলৈ ৫০০ টকা বিচাৰি তোমাৰ মাৰালৈ এখন চিঠি লিখা ।

৪. ফু ৰিবলৈ যোৱা ঠাই এখনৰ বিষয়ে বৰ্ণনা কৰি তোমাৰ বন্ধুলৈ এখন চিঠি লিখা

You might also like