Professional Documents
Culture Documents
अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया
अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया
अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया
মহোদয় / মহোদয়া,
পোনপ্ৰথমে ভক্তিভৰা সেৱা গ্ৰহণ কৰিব। আপোনাক জনাবলৈ পাই আমি আনন্দিত যে, অহা ৫
ছেপ্টেম্বৰ, ২০২২ তাৰিখ সোমবাৰে এক্সিলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিয়ালৰ তৰফৰ পৰা নিম্নলিখিত
স্থান আৰু সময়ত পৱিত্ৰ শিক্ষক দিৱসৰ উপলক্ষে এটি অনুষ্ঠান আয়োজন কৰিবলৈ আগবাঢ়িছোঁ।
উক্ত অনুষ্ঠানটিক আপোনাৰ উপস্থিতিৰে সাফল্যমণ্ডিত আৰু সম্পূৰ্ণ কৰি তু লিবলৈ একান্ত অনুৰোধ
জনালোঁ।